মুখ্য-পৃষ্ঠা

বটদ্ৰৱাৰ শান্তিজান বজাৰত মৃতদেহ উদ্ধাৰ…

asomiyapratidin
  • বটদ্ৰৱাৰ শান্তিজান বজাৰত মৃতদেহ উদ্ধাৰ।
  • মৃতদেহটো এগৰাকী যুৱতীৰ।
  • শান্তিজান বজাৰৰ মাছ মহলৰ কাষত থকা মুকলি পথাৰত তলমুৰ কৰি পৰি আছে এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ।
  • পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি বটদ্ৰৱা আৰক্ষীক খৱৰ দিয়াত বৰ্তমান বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।