- কৰ্ণাটকৰ বাংগালুৰুত ভয়ংকৰ অগ্নিকাণ্ড।
- ১০০খন গাড়ী জাহ যায় অগ্নিকাণ্ডত।
- বাংলালুৰুত চলি থকা বায়ুসেনাৰ এৰ' ইণ্ডিয়াৰ পাৰ্কিং এলেকাত এই অগ্নিকাণ্ড।
- জুই নিৰ্বাপনৰ বাবে ১০খনৰো অধিক অগ্নিনিৰ্বাপকৰ গাড়ী উপস্থিত ঘটনাস্থলীত।
- ঘাঁহনিত জুই লগাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ।
- বায়ু সেনাৰ এজন বিষয়াৰ মতে- ১০০ৰো অধিক গাড়ী জাহ গৈছে অগ্নিকাণ্ডত।
- কাষৰীয়া অঞ্চলসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট।
- বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আহিছে বুলি প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে।
বাংগালুৰুৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ভিডিঅ'-