মুখ্য-পৃষ্ঠা

বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল’বলৈ এইমছত ৰাজনাথ সিং

asomiyapratidin

ডিজিটেল ডেস্কঃ অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ কিছু সময় পূৰ্বে এইমছত উপস্থিত হৈছে গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং।

ইতিমধ্যে বাজপেয়ীৰ স্বাস্থ্য অতি সংকটজনক। আৰু ইজন সিজনকৈ বহু নেতা আহি  বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লৈছে। বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈছে এল এক আদৱানী।