মুখ্য-পৃষ্ঠা

NIA-ৰ গোচৰত জামিন লাভ কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ

asomiyapratidin
  • NIA-ৰ গোচৰত জামিন লাভ কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ।
  • 'কা' বিৰোধী আন্দোলনত অংশ লৈ গ্ৰেপ্তাৰ হৈছিল ২ গৰাকী নেতা।
  • ১৩ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক।
  • অসম আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰত জামিন মঞ্জুৰ হলেই মুকলি আকাশৰ তললৈ আহিব পাৰিব ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল।