মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক

asomiyapratidin
  • জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক।
  • ৰাজ্যখনৰ চোফিয়ান জিলাত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত হয় অসমৰ যুৱকজন।
  • ছামচুল হক নামৰ যুৱকজন হিজবুল মুজাহিদীনৰ সদস্য আছিল।
  • আই পি এছ বিষয়া ইনাম উল হক মেগনৌৰ ভাতৃ নিহত ছামচুল হক।
  • অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ইনাম উল হক মেগনৌৰ বৰ্তমান মান্দাকাটা বেটেলিয়ানৰ কামাণ্ডেন্ট।
  • ভাতৃক চিনাক্ত কৰিবলৈ ইতিমধ্যে কাশ্মীৰলৈ ৰাওনা হৈছে আই পি এছ বিষয়াগৰাকী।