মুখ্য-পৃষ্ঠা

জনতা ভৱনত সংঘটিত অগ্নিকাণ্ডৰ তদন্ত ঘোষণা মুখ্যমন্ত্রীৰ…

asomiyapratidin
  • জনতা ভৱনত সংঘটিত অগ্নিকাণ্ডৰ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্রীয়ে।
  • সাধাৰণ প্রশাসন বিভাগৰ সচিব জি ডি লস্কৰক তদন্তৰ দায়িত্ব।
  • জনতা ভৱন চৌহদত দুৰ্যোগ ব্যৱস্থাপনা নিয়ন্ত্রণ কক্ষ স্থাপনৰ নিৰ্দেশ।
  • এটা ২৪ঘন্টীয়া নিয়ন্ত্রণ কক্ষ স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।
  • প্রতিটো ব্লকৰ বিদ্যুৎ ব্যৱস্থাপনাৰ বাবে 'ছিংগল ছুইটছিং' ব্যৱস্থাৰ নিৰ্দেশ।