MERAPANI
MERAPANI  
মুখ্য-পৃষ্ঠা

অস্ত্ৰসহ তিনি যুৱকক আটক সেনা-আৰক্ষীৰ...

Asomiya Pratidin
  • মেৰাপানীত পিষ্টলসহ ৩ যুৱকক আটক।

  • আৰক্ষী,চি আৰ পি এফ আৰু আছাম ৰাইফলছৰ অভিযানত আটক কৰা হৈছে যুৱক তিনিজনক।

  • আটকাধীন তিনি যুৱক ক্ৰমে মাছাণ্ড অডিঅ’, ছেম টকবি আৰু কামলেং থাং।

  • এই তিনিও যুৱকৰে ঘৰ নাগালেণ্ডৰ ভাণ্ডাৰীত।

  • অৰুণাচলৰ পৰা মেৰাপানী হৈ নাগালেণ্ডত প্রৱেশৰ সময়তে আটক কৰা হয় তনিওকে।

  • তিনিজনীয়া দলটোৰ পৰা জব্দ কৰা হৈছে নগদ ধন, বহু আপত্তিজনক নথি-পত্র, আৰু মোবাইল ফোন।

  • আৰক্ষী আৰু সেনাৰ দলটোৱে এখন বাইক আৰু এখন এল্ট’ বাহনো জব্দ কৰিছে।