মুখ্য-পৃষ্ঠা

অসম পালেহি নেকি? মেঘালয়লৈ যোৱা অসমৰ পৰ্যটকৰ দেহত অমিক্ৰন…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম পালেহি অমিক্ৰণ। শেহতীয়াকৈ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পাইছে এই খবৰ। প্ৰকাশিত খবৰ অনুসৰি, মেঘালয়লৈ যোৱা অসমৰ ৫গৰাকী পৰ্যটকৰ দেহত ধৰা পৰিছে অমিক্ৰণ। এই ৫গৰাকীৰ ভিতৰত এগৰাকীৰ ঘৰ অসমত বুলি জানিব পৰা গৈছে। খবৰ প্ৰকাশিত হৈছে যদিও এতিয়ালৈকে মেঘালয় চৰকাৰ বাব অসম চৰকাৰে কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।