মুখ্য-পৃষ্ঠা

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণাঃ অসমত ৪ অক্টোবৰত নিৰ্বাচন…

asomiyapratidin
  • ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।
  • অসমত ৪ অক্টোবৰত হ'ব ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচন।
  • উল্লেখ্য যে, ১০ মে'ত খালী হৈছিল বিশ্বজিত্‍ দৈমাৰীৰ আসন।
  • মুঠ ৫খন ৰাজ্যত ৬খন অসমৰ বাবে অনুুষ্ঠিত হব এই নিৰ্বাচন।