মুখ্য-পৃষ্ঠা

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পত্নীৰ দেহতো কোৰোনা…

asomiyapratidin
  • অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পত্নীৰ দেহতো কোৰোনাৰ উপস্থিতি।
  • পত্নী স্বপ্নালী মহন্তক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে জি এম চি এইচত।
  • বুধবাৰে কৰা কোৰোনা টেষ্টত তেওঁৰ ৰিজাল্ট আহিছিল পজিটিভ।
  • উল্লেখ্য যে, কেইটামানদিনৰ পূৰ্বে ভাস্কৰ জ্যোতি মহন্তৰ লগতে তেওঁৰ গাড়ীচালকৰ দেহত ধৰা পৰিছিল কোৰোনা।
  • বৰ্তমান ভাস্কৰ জ্যোতি মহন্ত ভৰ্তি হৈ আছে জি এম চি এইচত।