মুখ্য-পৃষ্ঠা

নিজামুদ্দিনলৈ যোৱা অসমৰ আৰু এগৰাকী লোকৰ দেহত কোৰোনা, আক্ৰান্ত সংখ্যা ২৭ লৈ বৃদ্ধি…

asomiyapratidin
  • অসমত কোৰোনাত আক্ৰান্ত হৈছে আৰু এগৰাকী ব্যক্তি।
  • টুইটাৰযোগে এই কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • আক্ৰান্ত হোৱা লোকজন হৈছে ধুবুৰীৰ।
  • দিল্লীৰ নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত অংশ লৈছিল লোকজনে।
  • মঙলবাৰে পুৱা সকলো পৰীক্ষাৰ অন্তত লোকজন কোৰোনাত আক্ৰান্ত বুলি নিশ্চিত হয়।
  • এই লোক জনক ধৰি অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি।