JOGIGHOPA POLICE STATION
JOGIGHOPA POLICE STATION  User
মুখ্য-পৃষ্ঠা

যোগীঘোপা আৰক্ষী থানাৰ লকআপট আত্মহত্যা আচামীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আৰক্ষী থানাৰ ভিতৰতে আচামীয়ে আত্মহত্যা কৰাৰ এক ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সৃ্ষ্টি হৈছে যোগীঘোপাত। যোগীঘোপা আৰক্ষী থানাত মঙগলবাৰে নিশা সংঘটিতো হোৱা এই ঘটনাই আৰক্ষীৰ ভিতৰচৰাতো হাহাকাৰ পৰিস্থিতিৰ সূচনা কৰিছে।

উল্লেখ্য যে গৰু চুৰিৰ এক ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধাত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল কুশবাৰীৰ আব্দুল জব্বাৰ নামৰ এজন লোকক। আৰক্ষীয়ে আটক কৰি আব্দুল থানাৰ লকআপাত ৰাখিছিল।

এই লকআপত থকাৰ সময়তে মঙগলবাৰে নিশা লকআপৰ শৌচাগাৰত আত্মহত্যা কৰে আব্দুল জব্বাৰে। এই ঘটনাৰ পিছতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত যোগীঘোপা আৰক্ষী থানাৰ মকিমুল হক পাটগিৰীক নিলম্বন কৰা হৈছে।