মুখ্য-পৃষ্ঠা

১৬ ফেব্ৰুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব অৰবিন্দ কেজৰিৱালে…

asomiyapratidin
  • ১৬ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব অৰবিন্দ কেজৰিৱালে।
  • তৃতীয় বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব কেজৰিৱালে।
  • ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হয় দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।
  • ৭০ জনীয়া দিল্লী বিধানসভাত ৬২ খন আসনেই লাভ কৰে আম আদমী পাৰ্টীয়ে।
  • ইয়াৰ বিপৰীতে কেৱল ৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয় বিজেপিয়ে।