মুখ্য-পৃষ্ঠা

গেৰুৱা দলৰ প্ৰতি মোহভংগ বিজেপি নেতাৰ

asomiyapratidin
  • পুনৰ দলৰ প্ৰতি মোহভংগ বিজেপিৰ জ্যেষ্ঠ নেতাৰ৷
  • অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগোং আপাঙে কৰিলে দলত্যাগ৷
  • মঙলবাৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰি দলত্যাগৰ কথা ঘোষণা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে৷
  • বিজেপিয়ে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নীতি মানি নচলাৰ অভিযোগ গেগোং আপাঙৰ৷
  • 'মই আজিৰ বিজেপি দলটো দেখি খুবেই অসন্তুষ্ট৷'
  • 'প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলৰ বাবে যি নীতি প্ৰৱৰ্তন কৰিছিল, সেয়া এতিয়া কোনেও মনা নাই৷'
  • 'বৰ্তমনাৰ বিজেপি কেৱল ক্ষমতাকেন্দ্ৰিক হৈ পৰিছে৷'
  • পত্ৰত এনেদৰে উল্লেখ কৰি দলত্যাগ কৰে গেগোং আপাঙে৷