- অৰুণাচলত আল'ৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- সভাত উপস্থিত আছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কিৰেণ ৰিজিজু।
- সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণৰ প্ৰসংগত ক'লে-
- ' দেশৰ বিকাশৰ গতি অৰুণাচলৰ পৰাই আৰম্ভ হৈছে।'
- 'বগীবিলৰ দলঙৰ কাম আমিয়েই সম্পূৰ্ণ কৰিছো'
- 'স্বাধীনতাৰ ৬০ দশকৰ পাছত বিমান সেৱাৰি দ্ৰুত বিকাশ হৈছে।'
- প্ৰধানমন্ত্ৰীৰ প্ৰায় ২৯ মিনিট জোৰা ভাষণৰ ভিডিঅ'
https://www.facebook.com/narendramodi/videos/2530488423900933/?t=1084