মুখ্য-পৃষ্ঠা

অসুস্থ বিত্তমন্ত্ৰী অৰুণ জেটলী, অস্ত্ৰোপ্ৰচাৰ সম্পন্ন

asomiyapratidin
  • অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী।
  • মঙলবাৰে নিউৰ্য়কৰ এখন চিকিৎসালয়ত সম্পন্ন কৰা হয় অস্ত্ৰোপ্ৰচাৰ।
  • দুসপ্তাহৰ বিশ্ৰামৰ পৰামৰ্শ চিকিৎসকৰ।
  • ১৩ জানুৱাৰীত চিকিৎসাৰ বাবে আমেৰিকালৈ গৈছিল মন্ত্ৰীগৰাকী।
  • অসুস্থ হলেও ছচিয়েল মিডিয়াত সক্ৰিয় হৈ আছে মন্ত্ৰীগৰাকী।