মুখ্য-পৃষ্ঠা

বিত্ত মন্ত্ৰী অৰুণ জেটলীক কৈ লণ্ডনলৈ পলাইছিল বিজয় মালিয়া! VIDEO

asomiyapratidin

বিতৰ্কত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলী।

বিজয় মালিয়াৰ মন্তব্যই সৃষ্টি কৰিছে এই বিতৰ্ক।

লণ্ডনলৈ পলাই যোৱাৰ আগতে বিত্ত মন্ত্ৰী অৰুণ জেটলীক লগ কৰাৰ কথা কৈছিল মালিয়াই।

এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰুণ জেটলীয়ে।

জেটলীৰ মতে- সংসদ ভৱনত এবাৰ কথা হৈছিল মালিয়াৰ সৈতে।

কোনো ধৰণৰ আনুষ্ঠানিক সাক্ষাৎকাৰ হোৱা নাছিল মালিয়াৰ সৈতে।

কি ক'লে চাওঁক কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে-

ইফালে, লণ্ডত এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজয় মালিয়াই। লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰ্ছ মেজিষ্ট্ৰেটছ কৰ্টৰ সন্মুখত মালিয়াই ক'লে- কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ সৈতে কোনো আনুষ্ঠানিক সাক্ষাৎ হোৱা নাছিল তেওঁৰ। সংসদ ভৱনতেই কথা হৈছিল জেটলীৰ সৈতে। আৰু তেওঁক কৈছিল- 'মই লণ্ডনলৈ গৈ আছো।'