মুখ্য-পৃষ্ঠা

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য অতি সংকটজনক

asomiyapratidin
  • অৰুণ জেটলীৰ অৱস্থা অতি সংকটজনক।
  • নিশা ১০.৩০ বজাৰ মেডিকেল বুলেটিন প্ৰকাশ কৰা নাই এইমছে।
  • ভেন্টিলেশ্যনত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
  • ৬৬ বছৰীয়া জেটলীৰ আশু আৰোগ্য কামনা দেশবাসীৰ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও সন্ধিয়া গৈ খবৰ লৈছিল জেটলীৰ।
  • শুকুৰবাৰৰ পুৱা ভাগত শ্বাস-প্ৰশ্বাসনৰ অসুবিধাৰ বাবে জেটলীক ভৰ্তি কৰা হৈছিল এইমছত।
  • অভিজ্ঞ চিকিৎসকৰ এটা দলে নিৰন্তৰ নজৰ ৰাখিছে জেটলীৰ স্বাস্থ্যৰ।
  • ৰাজনাথ সিঙেও গৈ স্বাস্থ্যৰ খবৰ লৈছিল অৰুণ জেটলীৰ।