অৰুণ জেটলীৰ স্বাস্থ্য আৰু অধিক অৱনতি।এইমছৰ এক সূত্ৰই সদৰী কৰিছে এই তথ্য। শুকুৰবাৰে ডাইলেছিছ কৰা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ।ইয়াৰ পাছতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে তেওঁৰ।কেইবাগৰাকীও চিকিৎসকে চলাই আছে চিকিৎসা।