মুখ্য-পৃষ্ঠা

শশী থৰুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি…

asomiyapratidin
  • কংগ্ৰেছ নেতা শশী থৰুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি।
  • কলকতা মেট্ৰ'পলিটান মেজিষ্ট্ৰেট ক'ৰ্টে জাৰি কৰিছে কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এই পৰোৱানা।
  • হিন্দু-পাকিস্তান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে।
  • এই সন্দৰ্ভত ৰুজু হৈছিল এটা গোচৰ।
  • অধিবক্তা সুমিত চৌধুৰীয়ে ৰুজু কৰিছিল এই গোচৰটো।