- দিল্লীত আজি নৱনিৰ্বাচিত আম আদমী পাৰ্টিৰ বিধায়কসকলৰ বৈঠক।
- দিনৰ ১১.৩০ বজাত আয়োজন কৰা হৈছে এই বৈঠকৰ।
- বৈঠকত নিৰ্বাচন কৰা হ'ব বিধায়িনী দলৰ নেতা।
- উল্লেখযোগ্য যে দিল্লী বিধানসভা নিৰ্বাচনত ৬২খন আসন লাভ কৰিছে আম আদমী পাৰ্টীয়ে।
- তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৮খন আসন।
- আম আদমী পাৰ্টীয়ে লাভ কৰিছে প্ৰায় ৫৪ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৩৮.৫১ শতাংশ ভোট।