- উন্মোক্ত টেন্সফাৰ্মাৰে বিপদ কঢ়িয়াইছে সৰ্বসাধাৰণলৈ।
- নগাওঁ চহৰত উন্মোক্ত হৈ আছে একাধিক টেন্সফাৰ্মাৰ।
- হয়বৰগাওঁ বজাৰত টেন্সফাৰ্মাৰত লাগি গৰুৰ মৃত্যু।
- বহুলোকে একাধিক বাৰ এই সন্দৰ্ভত অভিযোগ দিয়াৰ পিছটো গুৰুত্ব নাই বিভাগটোৰ।
- ঘটনাৰ পিছতে জে চি বি লগাই আঁতৰাই পেলাই মৃত গৰুটো।