মুখ্য-পৃষ্ঠা

বিদায়ঃ সুশান্ত বৰগোহাঁইৰ পদত্যাগ পত্ৰ গ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ…

asomiyapratidin
  • থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে।
  • এ পি চি চিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই গ্ৰহণ কৰিলে এই পত্ৰ।
  • উল্লেখ্য যে, যোৱা ৩০জুলাইত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল সুশান্ত বৰগোহাঁয়ে।
  • অচিৰেই বিজেপিত যোগদান কৰিব থাওৰাৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে।
  • অহা ২আগষ্টত গোহাঁয়ে যোগদান কৰিব বিজেপিত।
  • এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।