মুখ্য-পৃষ্ঠা

এন এছ জিৰ নতুন সঞ্চালক প্ৰধান ৰূপে অনুপ কুমাৰ সিঙক নিযুক্তি…

asomiyapratidin
  • এন এছ জিৰ সঞ্চালক প্ৰধান ৰূপে নিযুক্তি অনুপ কুমাৰ সিঙক।
  • ১৯৮৫বৰ্ষৰ আই পি এছ বিষয়া আছিল অনুপ কুমাৰ সিং।
  • ২০২০ বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁ থাকিব এই দায়িত্বত।
  • গুজৰাটৰ আই পি এছ কেডাৰ অনুপ কুমাৰ সিং।
  • তেওঁৰ নিযুক্তি সোমবাৰে এপইন্টমেন্ট কমিটী অৱ দ্য কেবিনেট চমুকৈ এ চি চিয়ে অনুমোদন জনাইছিল।