মুখ্য-পৃষ্ঠা

কোৰোনা আক্ৰান্ত দম্পত্তিৰ আত্মহনন…

asomiyapratidin

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰমত শোকাৱহ ঘটনা। হোম আইশ্ব'লেশ্বনত থকা এহাল দম্পত্তিৰ আত্মহনন। জুলাই ২৫ তাৰিখে তেওঁলোকৰ শৰীৰত কোভিড-১৯ ধৰা পৰিছিল।

ইতিমধ্যে তেওঁলোকৰ কোভিড চিকিৎসা সমাপ্ত হোৱাত হোম আইশ্ব'লেশ্বনত থকাৰ পৰামৰ্শ দিছিল চিকিৎসকে। কিন্তু হোম আইশ্ব'লেশ্বনত থকা অৱস্থাত দম্পত্তি হালে কিয় আত্মহনন কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।