মুখ্য-পৃষ্ঠা

বিশেষ ৰাজ্যৰ মৰ্যাদাৰ দাবীত অন্ধ্ৰপ্ৰদেশত জোঁৰ সমদল

asomiyapratidin
  • অন্ধ্ৰভৱনৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ জোঁৰ সমদল।
  • অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত এই সমদল।
  • অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
  • সমদল সহস্ৰাধিক লোকৰ অংশগ্ৰহণ।