অন্ধ্ৰপ্ৰদেশত প্ৰৱজিত শ্ৰমিক কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত।১০ জন শ্ৰমিক আহত হৈছে।বাংগালুৰুৰ পৰা কলকাতালৈ গৈ আছিল বাছখন।শ্ৰীকাকুলুম জিলাৰ মাণ্ডাছাত এই দুৰ্ঘটনা সংঘটিত হৈছে।হাস্পতালত ভৰ্তি কৰা হৈছে আহতসকলক।