মুখ্য-পৃষ্ঠা

অন্ধ্ৰপ্ৰদেশত পথ দুৰ্ঘটনা, নিহত ৬

asomiyapratidin
  • অন্ধপ্ৰদেশৰ অমৰাৱতীত শোকাৱহ পথ দুৰ্ঘটনা।
  • পথৰ কাষত ৰখাই থোৱা ভেনত খুন্দা ট্ৰাকৰ।
  • দুৰ্ঘটনাত একেটা পৰিয়ালৰে ২ শিশুসহ ৬গৰাকী লোকৰ মৃত্যু।
  • আহত হোৱা ১৫জন লোকক চিকিৎসালয়ত ভৰ্তি।