জম্মু কাশ্মীৰত আৰক্ষীৰ দলৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।অনন্তনাগৰ কে পি ৰোডত আৰক্ষীলৈ লক্ষ্য কৰি প্ৰথমে গুলী বৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।.আৰক্ষী সন্ত্ৰাসবাদীৰ মাজত চলি আছে গুলিয়াগুলী।হতাহতৰ সবিশেষ তথ্য এতিয়াও অহা নাই।