মুখ্য-পৃষ্ঠা

কোৰোনাই পালে sP আনন্দ মিশ্ৰক…

asomiyapratidin

ডিজিটেল সংবাদ , নগাঁও : নগাঁও আৰক্ষীত কোভিডৰ জোকাৰণি ৷ কোভিড আক্ৰান্ত হৈছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ বৰ্তমান চৰকাৰী আবাসত আছুতীয়াকৈ আছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ উপৰি আন দুই অতিৰিক্ত আৰক্ষী অধীক্ষকো আক্ৰান্ত হৈছে কোভিডত ৷

কোভিড ১৯ত আক্ৰান্ত হৈছে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰূপম হাজৰিকা । নগাঁৱৰ কভিড আক্ৰান্ত অতিৰিক্ত আৰক্ষী অধীক্ষক দুজনো নিজা নিজা চৰকাৰী আবাসত আছুতীয়াকৈ আছে ৷