মুখ্য-পৃষ্ঠা

পুৱাই জোকাৰিলে ভূমিকম্পই…

asomiyapratidin
  • লাডাখৰ কাৰ্গিলত ভূমিকম্পৰ জোকাৰণি।
  • নেশ্যনেল চেন্টাৰ ফৰ ছিছম'লজিয়ে এই তথ্য সদৰি কৰিছে।
  • পুৱা ৩.৩৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৭ বুলি জানিব পৰা গৈছে।