মুখ্য-পৃষ্ঠা

নিশা ভূমিকম্পই জোকাৰি গ’ল…

asomiyapratidin
  • নিশা ভূমিকম্পই জোকাৰি গল লাডাখ।
  • নিশা প্ৰায় ২বাজি ১৪মিনিটত অনভূত হয় এই ভূমিকম্পৰ জোকাৰণি।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাৱল্য ৩.৭
  • কোনো লোকক হতাহতি হোৱা নাই এই ভূমিকম্পটোত।