মুখ্য-পৃষ্ঠা

বচ্চন পৰিয়ালত কোৰোনাঃ ঐশ্বৰ্যা ৰায় আৰু কন্যা আৰাধ্যাও আক্ৰান্ত কোৰোনাত…

asomiyapratidin
  • অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ পাৰছে ঐশ্বৰ্যা ৰায় আৰু তেওঁৰ কন্যা আৰাধ্যাও আক্ৰান্ত হৈছে কোৰোনাত।
  • কোৰোনা পৰীক্ষাত তেওঁলোক দুয়োৰে ৰিজাল্ট পজিটিভ।
  • মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে টুইট যোগে সদৰি কৰিলে এই তথ্য।
  • উল্লেখ্য যে, পৰিয়ালটোৰ জয়া বচ্চনৰে কেৱল কোৰোনাৰ ৰিৰ্পট আহিছে নিগেটিভ।
  • অমিতাভ বচ্চন আৰু অভিষেক বচ্চন মুম্বাইৰ নানাৱতী হস্পাতালত চিকিতসাধীন।