অমিত শ্বাহৰ হেলিকপ্টাৰত যান্ত্ৰিক বিজুতি।ওদালগুৰি ৰ পৰা উভতিব খোজোঁতেই ত ধৰা পৰিল বিজুতি।ফলত ৰাষ্ট্ৰীয় পথেদি গুৱাহাটীলৈ যাত্ৰা।গুৱাহাটীত বিজেপিৰ সাংগঠনিক সভাত অংশ লব অমিত শ্বাহে।