মুখ্য-পৃষ্ঠা

সমৰ্থকৰ ‘বন্দে মাতৰম’ ধ্বনিৰ মাজতে অমিত শ্বাহে উৰালে চিলা, চাওঁক VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি এতিয়া মকৰ সংক্ৰান্তি উদযাপন কৰা হৈছে। সোমবাৰে গুজৰাটতো দেখা গ'ল এক বিৰল দৃশ্য। মকৰ সংক্ৰান্তি উপলক্ষে বিজেপি সভাপতি অমিত শ্বাহে উৰুৱালে চিলা। আহমেদাবাদৰ নব ভাদাজত এটা অট্টালিকাৰ ছাদৰ পৰা উৰুৱালে চিলা।

শ্বাহে চিলা উৰুৱা সময়ত তেওঁৰ আশে-পাশে বহু লোক উপস্থিত আছিল। সংবাদকৰ্মী, সমৰ্থকৰ মাজত শ্বাহে চিলা উৰুৱা সময়তেই একাংশই 'ভাৰত মাতা কী জয়', 'বন্দে মাতৰম' ধ্বনিও দিয়ে। চাওঁক সেই ভিডিঅ'-