মুখ্য-পৃষ্ঠা

কোভিড-১৯ঃ আমেৰিকাত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ১০ হাজাৰৰ ঘৰ…

asomiyapratidin
  • বিগত কেইটামান দিনত আমেৰিকাত কোৰোনা ভাইৰাছে লৈছে বিধ্বংসী ৰূপ।
  • সোমবাৰে নিশাই দেশখনত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ১০ হাজাৰৰ ঘৰ।
  • মঙলবাৰে পুৱা ৯.৩০ বজালৈকে দেশখনত মৃত্যুৰ সংখ্যা হৈছে ১০, ৯৪১।
  • আমেৰিকাৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৬৭, ৬২৯।
  • বৰ্তমানলৈকে কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ১৯,৮১০ গৰাকী ব্যক্তিয়ে।