মুখ্য-পৃষ্ঠা

হোজাই মোৰাজাৰত আলফাৰ লিংকমেন আটক…

asomiyapratidin
  • হোজাই মোৰাজাৰত আলফাৰ লিংকমেন আটক
  • আব্দুল ইষ্টাক নামৰ এজন যুৱকক আটক
  • আলফা (স্বাঃ)ৰ লগত যোগাযোগ ৰখাৰ অভিযোগত আটক
  • আব্দুলক আদালতত হাজিৰ কৰায় মোৰাজাৰ আৰক্ষীয়ে
  • আদালতে ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে আব্দুলক