মুখ্য-পৃষ্ঠা

লেখিকা বিন্তা নন্দাৰ বিৰুদ্ধে অভিনেতা আলোক নাথৰ মানহানিৰ গোচৰ

asomiyapratidin
  • লেখিকা-প্ৰযোজক বিন্তা নন্দাৰ বিৰুদ্ধে মানহানিৰ গোচৰ৷
  • অভিনেতা আলোক নাথে তৰিলে এই গোচৰ৷
  • ইয়াৰ পূৰ্বে বিন্তা নন্দাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে৷
  • #MeToo অভিযানৰ জৰিয়তে বিন্তা নন্দাই উত্থাপন কৰিছিল এই অভিযোগ৷