মুখ্য-পৃষ্ঠা

১৪ এপ্ৰিললৈকে সকলো যাত্ৰীবাহী ৰে’ল সেৱা বন্ধ…

asomiyapratidin
  • সমগ্ৰ দেশৰ যাত্ৰীবাহী ৰেল সেৱা ১৪ এপ্ৰিললৈকে বন্ধ থাকিব।
  • ২১ দিনৰ লকডাউনৰ সময়ত চলাচল নকৰে কোনো যাত্ৰীবাহী ৰে'ল।
  • অৱশ্যে সামগ্ৰী পৰিবাহী মালবাহী ৰেলসমূহ এই সময়চোৱাত স্বাভাৱিকভাৱে চলাচল কৰিব থাকিব।
  • ইয়াৰ পূৰ্বে ৩১ মাৰ্চলৈকেহে ৰেল সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছিল।