মুখ্য-পৃষ্ঠা

অসমত পুনৰ ৬০গৰাকীৰ দেহত কোৰোনা…

asomiyapratidin
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি।
  • পুনৰ ৬০গৰাকী লোকৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ কথা ব্যক্ত কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে।
  • ৬০গৰাকীৰ ভিতৰত ৩৮গৰাকী ধুবুৰীৰ আৰু ১৮গৰাকী গোলাঘাটৰ।
  • নগাঁৱৰ ৪গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • ৰাজ্যত বৰ্তমান কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৬২১
  • ইয়াৰে ৩৩৭গৰাকী লোক কোৰোনামুক্ত হৈছে।
  • বৰ্তমানো চিকিৎসাধীন হৈ আছে ১২৭৭গৰাকী লোক।