মুখ্য-পৃষ্ঠা

টাইমছ নাৱঁৰ অপিনিয়ন প’লঃ অসমৰ ৪.৭শতাংশ লোকে আজমলক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে…

asomiyapratidin

ডিজিটেল ডেস্কঃ টাইমছ নাৱেঁ চলোৱা অপিনিয়ন প"লত মুখ্যমন্ত্ৰী ৰূপে পচন্দৰ তালিকাত সকলোতকৈ আগত আছে সৰ্বানন্দ সোণোৱাল। এই সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি অসমৰ ৪৫.২শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে সোণোৱালক।

ইফালে এই তালিকাত দ্বিতীয় স্থানত আছে সাংসদ গৌৰৱ গগৈ। গগৈক ২৬শতাংশ লোকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি উল্লেখ কৰিছে সমীক্ষাত। এই সমীক্ষাতে বদৰুদ্দিন আজমলকো ৰাজ্যৰ ৪.৮শতাংশ লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, C-Voterৰ২০২১ত বিজেপি নেতৃত্বাধীন মৰ্চাই ৬৭ আসন পাব বুলি ইংগিতকংগ্ৰেছ মহাজোঁটে ৫৭ আসন পাব বুলি ইংগিত দিছে