- কেৰালাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
- উন্নাৱৰ বলাৎকাৰৰ ঘটনা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ।
- 'ভাৰত বিশ্বৰ বলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছে।'
- 'এতিয়া ভাৰতে কিয় দেশৰ মহিলাসকলক সুৰক্ষা দিব নোৱাৰে তাক লৈ বিদেশৰ মন্ত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰিছে।'
- 'উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি বিধায়কো বলাৎকাৰৰ সৈতে জড়িত আছে।'
- 'এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একো কোৱা নাই।'