মুখ্য-পৃষ্ঠা

আজি সভাপতি অতুল বৰাৰ নেতৃত্বত দিল্লীলৈ যাব অগপৰ প্ৰতিনিধি দল

asomiyapratidin
  • আজি সভাপতি অতুল বৰাৰ নেতৃত্বত দিল্লীলৈ যাব অগপৰ প্ৰতিনিধি দল৷
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাক্ষাৎ কৰিব বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বক৷
  • প্ৰতিনিধি দলটোত আছে কেশৱ মহন্ত, প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, ফণীভুষণ চৌধুৰী।
  • লগতে আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলা কলিতা, প্ৰদীপ হাজৰিকা, উৎপল দত্তকে ধৰি কেইবাজনো নেতা।