মুখ্য-পৃষ্ঠা

কাইলৈ অসম গণ পৰিষদত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে…

asomiyapratidin
  • মঙলবাৰে অসম গণ পৰিষদত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে।
  • উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী ৰাজনীতত প্ৰৱেশ কৰাৰ বিষয় বহুদিনৰে পৰা চৰ্চাত আছিল।
  • অৱশেষত আনুষ্ঠানিকভাৱে তেওঁ যোগদান কৰিব অগপত।
  • দিনৰ ১১ বজাত পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিব অগপত
  • গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী।