মুখ্য-পৃষ্ঠা

অমিতাভ বচ্চনৰ পাছতেই অভিষেকৰ দেহতো ধৰা পৰিল কোৰোনা পজিটিভি…

asomiyapratidin
  • অমিতাভ বচ্চনৰ পাছতেই পুত্ৰ অভিষেক বচ্চনৰ দেহতো ধৰা পৰিছে কোভিড-১৯ পজিটিভ।
  • কিছু সময় পূৰ্বে অভিষেকৰ পিতৃ অমিতাভ বচ্চনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছিল।
  • তাৰপাছতেই কৰা হৈছিল পৰিয়ালৰ সকলো সদস্যৰে কোভিড-১৯ টেষ্ট।
  • এই কথা টুইটাৰযোগে নিজেই জনাইছিল বিগ বিয়ে।