মুখ্য-পৃষ্ঠা

চিৰাঙৰ ঢালিগাঁৱত পথ দুৰ্ঘটনা...

Asomiya Pratidin
  • চিৰাঙৰ ঢালিগাঁৱত ভয়াবহ পথ দুৰ্ঘটনা।

  • থিতাতে নিহত দুগৰাকী যুৱতী।

  • নিহত যুৱতী দুগৰাকীয়ে স্কুটী চলাই আহিছিল।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।

  • বৰ্তমানলৈকে নিহত যুৱতী দুগৰাকীৰ পৰিচয় লাভ কৰা নাই।