পথ দুৰ্ঘটনা
পথ দুৰ্ঘটনা 
মুখ্য-পৃষ্ঠা

ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • তীব্ৰ বেগী চুইফ্ট ডিজায়াৰ বাহনে খুন্দিয়ালে দুই পথচাৰীক

  • খুন্দা মাৰি তললৈ ওফৰি পৰি যায় বাহনখন

  • গুৰুতৰভাৱে আহত দুই পথচাৰী হ'ল ক্ৰমে মুস্তাক আহমেদ আৰু ৰিজুৱান আহমেদ

  • ডবকা বজাৰৰ পৰা ঘৰ অভিমুখে গৈ থাকোতেই সংগঠিত হয় দুৰ্ঘটনাটো

  • আহত দুয়োকে ৰাইজে উদ্ধাৰ কৰি ডবকাৰ লাইফ কেয়াৰ হস্পিতালত ভৰ্তি কৰায়

  • ঘটনা সংগঠিত কৰি ঘটনাস্থলীৰ পৰা চুইফ্ট ডিজায়াৰৰ চালক পলায়ন

  • দুৰ্ঘটনা সংগঠিত কৰা গাড়ীখনৰ নম্বৰ AS02H 4915

  • ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত আৰম্ভ কৰিছে তদন্ত ৷