অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাত ভয়ংকৰ দুৰ্ঘটনা।টানাকাল্লুৰ ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু মিনিবাছৰ মাজত মুখামুখি সংঘৰ্ষ।দুৰ্ঘটনাত নিহত ৭ জন লোক।আনহাতে গুৰুতৰভাৱে ৯ জন লোক আহত হৈছে দুৰ্ঘটনাটোত।আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।