দেশৰ চৰকাৰী কৰ্মচাৰী, পেঞ্চনধাৰীসকলৰ লগতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে আশা কৰ্মীৰ সকলৰ বাবেও দিলে সুখবৰ।বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা।১০০০ হাজাৰ টকাকৈ বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা।কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কৰিলে এই ঘোষণা।