দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু আম আদমি পাৰ্টি।আপে মঙলবাৰে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা।.মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নতুন দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।.ইফালে, উপ মুখ্যমন্ত্ৰী মনিষ শিশদিয়াই পাটপাৰগঞ্জৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।